জীৱন...
কিমাননো আৰু যাপন কৰিম তোক...???
এইবেলি উদযাপন কৰো আহ...
লগ দে মোৰ....
তইও নাকান্দিবি, মইও নাকান্দো...
বুকুখন বৰকৈ বিষাইছে হেৰৌ...
আৰু নোৱাৰো...