জীয়াই থকাই কেৱল জীৱন নহয়।
হাঁহি কান্দোন সুখ দুখ আশা আকাংক্ষাৰ সমাহাৰে জীৱন, 

কেতিয়াবা সুখ কেতিয়াবা দুখ,

কোনো দৌৰি ফুৰিছে কিবা পোৱাৰ আশাত কোনো দৌৰিছে থকা খিনি হেৰাই নোযোৱাৰ ভয়ত